ওড়িশাত ৰে’ল দুৰ্ঘটনাত পুনৰ ৪ জনৰ মৃত্যু

ওড়িশাত পুনৰ ৰে’ল দুৰ্ঘটনা (Odisha train accident) ৷ দুৰ্ঘটনাত বৰ্তামানলৈকে 4 গৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷

Share to your Social Account

নেশ্যনেল ডেস্ক, 7 জুন: ওড়িশাত পুনৰ ৰে’ল দুৰ্ঘটনা (Odisha train accident) ৷ দুৰ্ঘটনাত বৰ্তমানলৈকে 4 গৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ এখন মালবাহী ৰে’ল লাইনচ্যুত হোৱাৰ ফলতে সংঘটিত এই দুৰ্ঘটনাটো (Goods train accident in Odisha) ৷ বুধবাৰে বিয়লিৰ ভাগত সংঘটিত এই দুৰ্ঘটনা ৷ উল্লেখ্য যে মাত্ৰ 6 দিনৰ ভিতৰত এয়া ওড়িশাত দ্বিতীয়টো ৰে’ল দুৰ্ঘটনা ৷ 2 জুন তাৰিখে ওড়িশাত তিনিখন ৰে’লৰ মাজত হোৱা সংঘৰ্ষত মৃত্যু হৈছিল 288 গৰাকী লোকৰ (Odisha train accident death)৷ আনহাতে আহত হৈছিল তিনি শতাধিক লোক ৷ বুধবাৰৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত প্ৰক্ৰিয়া ৷

Share to your Social Account