Home / Regional / Assam / আলফাৰ (স্বাঃ) চাৰ্জেণ্ট মেজৰ প্ৰিয়ব্ৰত অসমৰ আত্মসমৰ্পণ

আলফাৰ (স্বাঃ) চাৰ্জেণ্ট মেজৰ প্ৰিয়ব্ৰত অসমৰ আত্মসমৰ্পণ

নিউড ডেস্ক, 13 জুনঃ সোমবাৰে ডিব্ৰুগড়ত আৰক্ষীৰ ওচৰত আত্মৰ্সমপণ আলফা স্বাধীনৰ চাৰ্জেন্ট মেজৰ বিজু বাগটি ওৰফে প্ৰিয়ব্ৰত অসমৰ ৷ ম্যানমাৰস্থিত আলফা স্বাধীনৰ মুখ্য কাৰ্যালয়ৰ পৰা পলায়ন কৰি আত্মসমৰ্পণ কৰে প্ৰিয়ব্ৰত অসমে ৷

উল্লেখ্য যে ২০১১ চনত আলফা স্বাধীনত যোগদান কৰা বিজু বাগটি ওৰফে প্ৰিয়ব্ৰত অসমৰ ঘৰ চেপনৰ নাহৰণি গাঁৱত ৷ সম্প্ৰতি প্ৰিয়ব্ৰত অসমক জেৰা চলাইছে ডিব্ৰুগড় আৰক্ষীয়ে ৷ জানিব পৰা মতে 4 মাহৰ পূৰ্বেই আলফা স্বাধীনৰ শিবিৰৰ পৰা পলায়ন কৰিছিল প্ৰিয়ব্ৰত অসমে ৷ উল্লেখ্য যে শেহতীয়াকৈ সংগঠনটোত বহু যুৱক-যুৱতীয়ে যোগ দিয়াৰ সময়তে এইগৰাকী কেডাৰে আত্মসমৰ্পণ কৰিছে ৷

Share to your Social Account
Tagged: