নিউজ ডেস্ক, ১৪ জুনঃ পুনৰ ৰক্তাক্ত হ’ল মণিপুৰ ৷ এইবাৰ মণিপুৰৰ এটা গীৰ্জাত দুৰ্বৃত্তৰ গুলীচালনা ৷ মণিপুৰত দুৰ্বৃত্তৰ গুলীত নিহত মহিলাসহ নিহত ৯ গৰাকী লোক ৷ আহত হৈছে প্ৰায় ১১ গৰাকী লোক ৷ বুধবাৰে নিশা পূব ইম্ফলৰ খামেনলকৰ এটা গীৰ্জাত এই গুলীচালনা সংঘটিত হয় ৷ গীৰ্জাটোত আছিল ২৫ জনতকৈয়ো অধিক লোক ৷ আহতসকল বৰ্তমান ইম্ফলৰ ৰাজ মেডিচিটি চিকৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ ঘটনাৰে কুকি উগ্ৰপন্থী জড়িত থকাৰ সন্দেহ ৷
পুনৰ ৰক্তাক্ত মণিপুৰ; দুৰ্বৃত্তৰ গুলীত ৯ জন নিহত, আহত ১১
June 14, 2023
Previous ArticleNext Article
বিস্ফোৰক তথ্য; মণিপুৰত নিৰ্বাচন জয়ী হ’বলৈ কুকি উগ্ৰপন্থী গোটৰ সহায় লৈছিল হিমন্ত বিশ্ব শৰ্মাই !
CBIয়ে ল’লে জোনমণিৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ গোচৰ
Related Posts
Explosion Rocks National Highway-2 Near Saparmeina, Kangpokpi Dis ...
April 24, 2024
কুকি জনজাতিক আক্ৰমণ কৰিবলৈ অস্ত্ৰ যোগান ধৰা নাই আলফাইঃ স্পষ্টীকৰণ
February 29, 2024
