দৈনিক ৰাশিফল; কিদৰে যাব আজি আপোনাৰ দিনটো

মেষ : মেষ ৰাশিৰ শৰীৰৰ শান্তি কাৰক। পৰিয়ালক সুখ-শান্তি আৰু প্রেম প্রীতিতো শুভ কাৰক হ’ব। শিক্ষার্থীয়ে অধ্যয়নকেন্দ্রিক অশাস্তি ভোগ কৰিব পাৰে। শিল্পী, সাহিত্যিক, ক্রীড়াবিদৰ মনৰ উৎসাহ বৃদ্ধি আৰু উন্নতি কাৰক হ’ব। ৰাজনীতিক, সমাজকৰ্মীৰ অস্থিৰতা বাঢ়িব। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত অলপ খেলিমেলি হ’ব পাৰে। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

বৃষ ৰাশি: বৃষ ৰাশিৰ শাৰীৰিক ক্ষেত্ৰত শুভ কাৰক হ’ব। মানসিক, প্রেম-প্রীতি আৰু সাংসাৰিকত চিন্তা বাঢ়িব। শিক্ষার্থীয়ে নতুন পৰিকল্পনাৰে আগবাঢ়িব পাৰিব। শিল্পী, সাহিত্যিক, সমাজকর্মী আৰু সংবাদকর্মীৰ কিছু উন্নতি কাৰক। ৰাজনীতিক, বুদ্ধিজীৱী আৰু সমাজকৰ্মীৰ সুনাম লাভৰ যোগ। আর্থিক, কৰ্ম আৰু বাণিজ্যত কিছু লাভবান হ’ব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক

মিথুন: মিথুন ৰাশিৰ শৰীৰৰ শুভাশুভ মিশ্ৰিত কাৰক। মানসিক ক্ষেত্ৰত শুভদায়ক হ’ব। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত সুখ-শান্তি থাকিব। শিক্ষাৰ্থীৰ সুখ-শান্তি লাভৰ যোগ। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰো শুভ কাৰক নহ’ব। ৰাজনীতিক, সমাজকর্মী আৰু বুদ্ধিজীৱীৰ আশানুরূপ উন্নতিমূলক। কর্ম, বাণিজ্য আৰু আৰ্থিকত কিছু লাভৱান হ’ব। সংখ্যাতত্ত্বৰ মতে অশুভ কাৰক হ’ব।

ককট : কৰ্কট ৰাশিৰ শৰীৰৰ শুভ কাৰক যদিও মনৰ অশান্তি থাকিব। বন্ধুৰ সৈতে বিচ্ছেদ হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকতো অশান্তিৰ যোগ। শিক্ষাৰ্থীৰ নতুন সমস্যা বাঢ়িব পাৰে। সাহিত্য, সংস্কৃতি, ক্রীড়াত জড়িতসকলৰ হতাশাৰ মাজতো কিছু সফলতাৰ যোগ। ৰাজনীতি আৰু সমাজসেৱাত জড়িত লোকৰ ব্যস্ততা বাঢ়িব। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত মধ্যমীয়া কাৰক। সংখ্যাতত্ত্বৰ ১ মতে অশুভ কাৰক।

সিংহ : সিংহ ৰাশিৰ শৰীৰৰ অলপ অশান্তিৰ যোগ। মানসিক ক্ষেত্ৰত শুভ। প্ৰেম আৰু পাৰিবাৰিক দিশতো শান্তি কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত শুভ। ক্রীড়া, সাহিত্য, সংস্কৃতিত যুক্তসকলৰ আর্থিক দিশত অশুভ কাৰক হ’ব। সমাজকর্মী আৰু ৰাজনীতিকৰ অতি ব্যক্ততাৰ যোগ। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত কিছু শুভ কাৰক। সংখ্যাতত্ত্বৰ মতে শুভ ফলদায়ক।

কন্যা : কন্যা ৰাশিৰ শৰীৰৰ অশান্তি থাকিব। মনৰো কিছু অশান্তি হ’ব পাৰে। প্রেম-প্রীতি আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ মানসিক উৎসাহ বৃদ্ধি পাব। সাহিত্য, সংস্কৃতিৰে যুক্তসকল নতুন কর্মত ব্যস্ত থাকিব। ৰাজনীতিক, বুদ্ধিজীৱীৰ চিন্তা বাঢ়িব। আর্থিক, বাণিজ্য আৰু কৰ্মত শুভ কাৰক হ’ব। সংখ্যাতত্ত্বৰ মতে দিনটো মধ্যমীয়া কাৰক হ’ব।

তুলা : তুলা ৰাশিৰ শাৰীৰিক ক্ষেত্ৰত শুভ হ’ব। মনৰো চিন্তা-ভাবনা কিছু বাঢ়িব পাৰে। প্ৰেম আৰু পাৰিবাৰিকত সুখ-শান্তিৰ যোগ। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত তৎপৰতা বাঢ়িব। শিল্পী, সাহিত্যিক, ক্রীড়াবিদ আৰু সংবাদকর্মীৰ মনৰ শান্তি বিঘ্নিত হ’ব পাৰে। ৰাজনীতিক, সমাজকৰ্মীৰ ভ্ৰমণত কষ্টৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মত শুভ কাৰক। সংখ্যাতত্ত্বৰ মতে অশুভ কাৰক হ’ব।

বৃশ্চিক : বৃশ্চিক ৰাশিৰ শৰীৰত জ্বৰ-কাহ ৰোগ হ’ব পাৰে। মানসিক দৃঢ়তা অটুট থাকিব। প্রেম-প্রীতি আৰু সাংসাৰিক ক্ষেত্ৰত অশান্তি লাভৰ যোগ। শিল্পী, সাহিত্যিকৰ মানসিক চিন্তা বৃদ্ধি পাব যদিও উন্নতি হ’ব। ৰাজনীতি আৰু সমাজকৰ্মত জড়িতসকলৰ অস্থিৰতাৰ যোগ। আর্থিক, ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত শুভ কাৰক। সংখ্যাতত্ত্বৰ মতে শান্তি কাৰক হ’ব।

ধনু: ধনু ৰাশিৰ শাৰীৰিক ক্ষেত্ৰত শুভাশুভ মিশ্রিত কাৰক। কোনো বিশেষ ঘটনাই মানসিক অশান্তি দিব পাৰে। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষার্থীৰ উৎসাহ-উদ্দীপনা বৃদ্ধিৰ যোগ। সাহিত্যিক, খেলুৱৈ আৰু শিল্পী উন্নতিমূলক কর্মত নিয়োজিত হ’ব। ৰাজনীতিক, বুদ্ধিজীৱী, সমাজকৰ্মীৰ কষ্টদায়ক। কৰ্ম, বাণিজ্য আৰু আর্থিকত কিছু সুফল পাব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

মকৰ : মকৰ ৰাশিৰ শৰীৰত সামান্য আঘাত যোগ। মনৰ শান্তি থাকিব। প্ৰেম-প্রীতি আৰু পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া হ’ব। শিক্ষাৰ্থীৰ মনৰ দৃঢ়তা বাঢ়িব। সাহিত্য, সংস্কৃতিত যুক্তসকলৰ সফলতাত বাধা হ’ব পাৰে। ৰাজনীতিক, বুদ্ধিজীৱী আৰু সমাজকৰ্মীৰ সুনাম অৰ্জনৰ যোগ। কর্মক্ষেত্র, বাণিজ্য আৰু আর্থিক দিশত সামান্য লাভৱান হ’ব। সংখ্যাতত্ত্বৰ মতে অশুভ কাৰক।

কুম্ভ: কুম্ভ ৰাশিৰ শৰীৰত বিষজ ৰোগ হ’ব পাৰে। মনৰো অশান্তি থাকিব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ। শিক্ষাৰ্থীৰ উচ্চ আকাংক্ষাই কিছু অশান্তি দিব পাৰে। সাহিত্য, সংস্কৃতি, ক্ৰীড়াৰ লগত জড়িতসকলৰো উন্নতি কাৰক। ৰাজনীতিক, সমাজকৰ্মীৰ বিশেষ লাভৰ আশাত চেঁচাপানী পৰিব। কর্মক্ষেত্র, বাণিজ্য আৰু আৰ্থিকত অলপ সকাহ পাব। সংখ্যাতত্ত্বৰ মতে অশান্তি হ’ব।

মীন: মীন ৰাশিৰ শৰীৰৰ অসুস্থতাৰ যোগ। মনৰ সুখ-শান্তি বিঘ্নিত হ’ব পাৰে। প্ৰেম-প্রীতি আৰু সাংসাৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ অধ্যয়নৰ ক্ষেত্ৰত কিছু অশান্তি থাকিব। সাহিত্যিক, শিল্পী, খেলুৱৈৰ মনৰ উৎসাহ-উদ্দীপনা বৃদ্ধি পাব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ লাভৰ যোগ। কর্ম, বাণিজ্য আৰু আৰ্থিকত কিছু শুভ কাৰক।

Share to your Social Account