এইকেইটা পৃথিৱীৰ আটাইতকৈ দুৰ্বল পাছৱৰ্ড; যদি আপোনাৰো আছে আজিয়েই সলনি কৰক
আপডেট নাউ: আজিৰ ডিজিটেল পৃথিৱীত, আমি আমাৰ অনলাইন পৰিচয়, বিত্তীয় একাউণ্ট আৰু অন্যান্য গুৰুত্বপূৰ্ণ তথ্য সুৰক্ষিত কৰিবলৈ পাছৱৰ্ডৰ ওপৰত নিৰ্ভৰ কৰোঁ। ব্যক্তিগত আৰু সংবেদনশীল তথ্যক অননুমোদিত প্ৰৱেশাধিকাৰৰ পৰা সুৰক্ষিত কৰিবলৈ এটা শক্তিশালী পাছৱৰ্ড বাছনি কৰাটো অতি প্ৰয়োজনীয়। এটা দুৰ্বল পাছৱৰ্ড হেকাৰে সহজে ক্ৰেক কৰিব পাৰে, যাৰ ফলত ব্যৱহাৰকাৰীসকল বিভিন্ন চাইবাৰ ভাবুকিৰ সন্মুখীন হয়। শেহতীয়াকৈ, নৰ্ডপাছৰ এক প্ৰতিবেদনত পাছৱৰ্ডৰ এখন তালিকা প্ৰকাশ কৰা হৈছে, যিবোৰ বিশ্বব্যাপী মানুহে সৰ্বাধিক ব্যৱহাৰ কৰে আৰু হেকাৰসকলে সেইবোৰ অতি কম সময়ত ক্ৰেক কৰিব পাৰে। ইয়াত ২০২৩ চনৰ ৩০ টা ‘আটাইতকৈ দুৰ্বল’ পাছৱৰ্ডৰ তালিকা দিয়া হৈছে, আৰু যদি আপুনি এই তালিকাত আপোনাৰ পাছৱৰ্ড বিচাৰে, আপুনি ইয়াক লগে লগে সলনি কৰিব লাগিব।
কি কি সেই পাছৱৰ্ডকেইটা, জানো আহক-
1. 123456 (এক চেকেণ্ডতকৈ কম সময়ত ইয়াক ক্ৰেক কৰিব পাৰি)
2.admin (এক চেকেণ্ডতকৈ কম সময়ত ইয়াক ক্ৰেক কৰিব পাৰি)
3. 12345678 (এক চেকেণ্ডতকৈ কম সময়ত ইয়াক ক্ৰেক কৰিব পাৰি)
4. 123456789 (এক চেকেণ্ডতকৈ কম সময়ত ইয়াক ক্ৰেক কৰিব পাৰি)
5. 1234 (এক চেকেণ্ডতকৈ কম সময়ত ইয়াক ক্ৰেক কৰিব পাৰি)
6. 12345 (এক চেকেণ্ডতকৈ কম সময়ত ইয়াক ক্ৰেক কৰিব পাৰি)
7. password (এক চেকেণ্ডতকৈ কম সময়ত ইয়াক ক্ৰেক কৰিব পাৰি)
8. 123 (এক চেকেণ্ডতকৈ কম সময়ত ইয়াক ক্ৰেক কৰিব পাৰি)
9. Aa123456 (এক চেকেণ্ডতকৈ কম সময়ত ইয়াক ক্ৰেক কৰিব পাৰি)
10. 1234567890 (এক চেকেণ্ডতকৈ কম সময়ত ইয়াক ক্ৰেক কৰিব পাৰি)
11. UNKNOWN (১৭ মিনিটতকৈ কম সময়ত ইয়াক ক্ৰেক কৰিব পাৰি)
12. 1234567 (এক চেকেণ্ডতকৈ কম সময়ত ইয়াক ক্ৰেক কৰিব পাৰি)
13. 123123 (এক চেকেণ্ডতকৈ কম সময়ত ইয়াক ক্ৰেক কৰিব পাৰি)
14. 111111 (এক চেকেণ্ডতকৈ কম সময়ত ইয়াক ক্ৰেক কৰিব পাৰি)
15. Password (এক চেকেণ্ডতকৈ কম সময়ত ইয়াক ক্ৰেক কৰিব পাৰি)
16. 12345678910 (এক চেকেণ্ডতকৈ কম সময়ত ইয়াক ক্ৰেক কৰিব পাৰি)
17. 000000 (এক চেকেণ্ডতকৈ কম সময়ত ইয়াক ক্ৰেক কৰিব পাৰি)
18. admin123 (এক চেকেণ্ডতকৈ কম সময়ত ইয়াক ক্ৰেক কৰিব পাৰি)
19. ******** (এক চেকেণ্ডতকৈ কম সময়ত ইয়াক ক্ৰেক কৰিব পাৰি)
20. user (এক চেকেণ্ডতকৈ কম সময়ত ইয়াক ক্ৰেক কৰিব পাৰি)
21. 1111 (এক চেকেণ্ডতকৈ কম সময়ত ইয়াক ক্ৰেক কৰিব পাৰি)
22. P@ssw0rd (এক চেকেণ্ডতকৈ কম সময়ত ইয়াক ক্ৰেক কৰিব পাৰি)
23. root (এক চেকেণ্ডতকৈ কম সময়ত ইয়াক ক্ৰেক কৰিব পাৰি)
24. 654321 (এক চেকেণ্ডতকৈ কম সময়ত ইয়াক ক্ৰেক কৰিব পাৰি)
25. qwerty (এক চেকেণ্ডতকৈ কম সময়ত ইয়াক ক্ৰেক কৰিব পাৰি)
26. Pass@123 (৫ মিনিতকৈ কম সময়ত ইয়াক ক্ৰেক কৰিব পাৰি)
27. ****** (এক চেকেণ্ডতকৈ কম সময়ত ইয়াক ক্ৰেক কৰিব পাৰি)
28. 112233 (এক চেকেণ্ডতকৈ কম সময়ত ইয়াক ক্ৰেক কৰিব পাৰি)
29. 102030 (এক চেকেণ্ডতকৈ কম সময়ত ইয়াক ক্ৰেক কৰিব পাৰি)
30. ubnt (এক চেকেণ্ড সময়ত ইয়াক ক্ৰেক কৰিব পাৰি)