আজিৰে পৰা কমিল বিলাতী সুৰাৰ দাম; জানি লওক আপোনাৰ প্ৰিয় ব্ৰেণ্ডৰ নতুন নিৰিখ

আপডেট নাউ, ১ ছেপ্টেম্বৰঃ আজিৰে পৰা ৰাজ্যত সুৰাৰ নতুন নিৰিখ ধাৰ্য কৰা হৈছে । অৰ্থাৎ আজিৰে পৰা হ্ৰাস পালে বহুকেইটা সুৰাৰ ব্ৰেণ্ডৰ দাম । ৫% এলকহলযুক্ত ৬৫০ মিলিলিটাৰ বিয়েৰৰ দাম ২২ টকাকৈ হ্রাস ।  ৫ শতাংশতকৈ অধিক এলকহলযুক্ত ৬৫০ মিলিলিটাৰ বিয়েৰৰ দাম ৩৪ টকাকৈ হ্রাস ।  ৭৫০ মিলিলিটাৰৰ ৰামত ১১৭ টকা হ্রাস । REGULAR ব্ৰেণ্ডৰ ৭৫০ মিলিলিটাৰৰ হুইস্কী, জিনৰ দাম ১৪৪ টকাকৈ হ্রাস ।  LUXURY ব্ৰেণ্ডৰ ৩৬০-৫০০ টকাৰ ভিতৰৰ ৭৫০ মিলিলিটাৰৰব্ৰেণ্ডী, হুইস্কী, জিনৰ দাম হ্রাস ১৬৬ টকা ।  এলিগেন্ট ব্ৰেণ্ডৰ ৫০০-৭০০ টকাৰ ভিতৰৰ ৭৫০ মিলিলিটাৰৰ ব্ৰেণ্ডী, হুইস্কী, জিনৰ দাম হ্রাস ২১৪ টকাকৈ ।

এতিয়া চাওক আপোনাৰ প্ৰিয় ব্ৰেণ্ডৰ সুৰাৰ দাম কিমানকৈ হ্ৰাস পালে-

Share to your Social Account