নৰ্থ ইষ্ট ডেমক্ৰেটিক এলায়েন্সৰ (নNEDA) আহ্বায়ক শৰ্মাক গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰ ভ্ৰমণ কৰিবলৈ আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় পদক্ষেপৰ পৰামৰ্শ দিবলৈ দায়িত্ব দিছে।...
বেইজিংত উপস্থিত হোৱাৰ পিছত, ৩৫ বছৰীয়া লিঅনেল মেছিক পাছপোৰ্টৰ সমস্যাৰ বাবে বিমানবন্দৰত আৰক্ষীয়ে আটক কৰে। লিঅনেল মেছিয়ে ভিছাৰ বাবে আবেদন কৰা নাছিল বুলি জানিব পৰা গৈছে।...
সৰ্বানন্দ সোণোৱালক অসমৰ ৰাজনীতিৰ পৰা আঁতৰাই মুখ্যমন্ত্ৰী হোৱাৰ পিছত, হিমন্ত বিশ্বই সমগ্ৰ উত্তৰ-পূবৰ ওপৰত তেওঁৰ প্ৰকৃত ৰং আৰু অসমীয়া আধিপত্য প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিছে।...
উল্লেখ্য যে দেওবাৰে নিশা জোনালী নাথ নামৰ বিজেপি কৰ্মীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত । এই ঘটনাক লৈ বৰ্তমানেও অব্যাহত আছে চাঞ্চল্য ।...
লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি কয় যে হাজাৰৰো অধিক কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা পানী যোগান প্ৰকল্পত ইমান গুৰুতৰ কাৰিকৰী বিসংগতি থকাটো আশ্চৰ্যকজনক৷...
গুৱাহাটী মহানগৰীত পুনৰ জলবিস্ফোৰণ । খাৰঘুলিৰ পাছত এইবাৰ পানীৰ পাইপ ফুটিল জু ৰোডত । কমাৰ্চ কলেজ-ৰাজগড় সংযোগী পথত সংঘটিত হৈছে এই ঘটনা । ...
