Home / National

National

ওড়িশাত প্ৰকৃততে হৈছে কি? আকৌ ওড়িশা ৰে'লত সংঘটিত হৈছে অঘটন। এইবাৰ ওড়িশাত দুৰ্গ-পুৰী এক্সপ্ৰেছত লাগিলে জুই । বৃহস্পতিবাৰে নিশা দুৰ্গ-পুৰী এক্সপ্ৰেছৰ এটা দবাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে...

ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে মল্লযোদ্ধাসকলে উত্থাপন কৰা যৌন নিৰ্যাতনৰ গোচৰৰ তদন্ত তীব্ৰতৰ হৈছে । ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ নিৰ্দেশত দিল্লী আৰক্ষীয়ে তদন্ত তীব্ৰতৰ কৰি তুলিছে । ...

মল্লযোদ্ধাগৰাকীৰ পিতৃয়ে কয় যে ব্ৰীজ ভূষণৰ বিৰুদ্ধে ক্ষোভিত হৈহে তেওঁৰ কন্যাই অভিযোগ উত্থাপন কৰিছিল । কাৰণ তেওঁৰ কন্যা মহিলা এছিয়ান চেম্পিয়নশ্বিপৰ বাবে যোৱা বছৰৰ পৰীক্ষণৰ ফাইনেলত পৰাজিত হৈছিল।...

উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ এখন আদালতত গেংষ্টাৰ সঞ্জীৱ মহেশ্বৰী জীভাক হত্যা কৰাৰ পিছত আদালত চৌহদত নিৰাপত্তাৰক্ষীৰ ভুল সন্দৰ্ভত তিনিজনীয়া সমিতি গঠন কৰা হৈছে। উত্তৰ প্ৰদেশৰ এডিজি (আইন আৰু নিৰাপত্তা)...

দূৰদৰ্শনৰ প্ৰথম বাতৰি পৰিৱেশন গীতাঞ্জলি আয়াৰৰ বুধবাৰে মৃত্যু হয়। তিনি দশকজুৰি বাতৰি পৰিৱেশন কৰা গীতাঞ্জলি আয়াৰ এগৰাকী ইংৰাজী বাতৰি পৰিৱেশন আৰু দেশৰ প্ৰথম ইংৰাজী বাতৰি পৰিৱেশকসকলৰ মাজত অন্যতম আছিল। ...

কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ সৈতে ঘণ্টাজোৰা বৈঠকত অংশ গ্ৰহণ কৰাৰ পিচত প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলে কয় যে চৰকাৰে তেওঁলোকক ১৫ জুনৰ ভিতৰত তদন্ত কৰি প্ৰতিবেদন দিয়াৰ আশ্বাস দিছে।...

1...13141516