অনিশ্চয়তাত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ; অসম চৰকাৰৰ মন্ত্ৰী গোটে এতিয়াও কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিব পৰা নাই প্ৰতিবেদন
আপডেট নাউ, ৩০ আগষ্টঃ দীৰ্ঘদিনৰ পৰা ৰাজ্যখনৰ মৰাণ, মটক, আহোম, চুতীয়া, কোঁচ ৰাজবংশী আৰু চাহ জনজাতিৰ জনজাতিকৰণৰ বাবে সংগঠনসমূহে প্ৰতিবাদী...