Home / Regional / Assam

Assam

গুৱাহাটী মহানগৰীত পুনৰ জলবিস্ফোৰণ । খাৰঘুলিৰ পাছত এইবাৰ পানীৰ পাইপ ফুটিল জু ৰোডত । কমাৰ্চ কলেজ-ৰাজগড় সংযোগী পথত সংঘটিত হৈছে এই ঘটনা । ...

৯০ দশকত অসমত সংঘটিত হোৱা গুপ্ত হত্যাৰ ইতিহাস শুনিলে আজিও কঁপি উঠে বুকু । আজিও গোপন হৈ থাকিল বহু কথা । সেই ক'লা ইতিহাসৰ বিস্তৃত অধ্যয়নৰ প্ৰয়াস সাংবাদিক কাৰেং ইংতিপী ফুকন আৰু সহযোগী গাম্ভীৰ্য মুদৈৰ। ...

পূৰ্বেও ধৃত লম্পটকেইটাই গো হত্যা কৰি হৰিণাৰ মাংস বুলি বিক্ৰী কৰি অহা বুলি জানিব পৰা গৈছে । ইতিমধ্যে চাৰিওকে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। ...

সমগ্ৰ দেশত পৰৱৰ্তী ২৪ ঘণ্টাত উত্তৰ-পূব ভাৰতত মধ্যমীয়াৰ পৰা ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ...

অনলাইন সামগ্ৰী দিবলৈ যোৱাৰ সময়ত সৰু কথাতে উদণ্ড বহিৰাগত বনিয়াই কাঠেৰে মূৰত প্ৰহাৰ কৰি ৰক্তাক্ত কৰে খিলঞ্জীয়া যুৱকজনক ।...

জোনালী নাথ নামৰ মহিলা বিজেপি কৰ্মীগৰাকীক হত্যা অচিনাক্ত দুৰ্বৃত্তৰ । ভাৰতীয় জনতা পাৰ্টি, গোৱালপাৰা জিলাৰ সম্পাদিকা আছিল জোনালী নাথ ।...

1...2223242526...29