দৈনিক ৰাশিফল; কিদৰে যাব আজি আপোনাৰ দিনটো!

মেষ : মেষ ৰাশিৰ আজি শৰীৰ সুস্থ থাকিব। মানসিক, প্ৰেম-প্ৰীতি আৰু পাৰিবাৰ্কিত শুভ কাৰক। শিক্ষাৰ্থীৰ সফলতাৰ যোগ। শিল্পী, সাহিত্যিক, ক্রীড়াবিদে উন্নয়নমূলক কর্মত আগবাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মী লাভৱান হ’ব। বাণিজ্য আৰু কৰ্মত সামান্য উন্নতি কাৰক। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

বৃষঃ বৃষ ৰাশিৰ আজি শৰীৰ কিছু অসুস্থ হ’ব। মনৰো শান্তি থাকিব। প্ৰেম আৰু পাৰিবাৰিক দিশত মধ্যমীয়া হ’ব। বিদ্যাৰ্থীৰ একাগ্ৰতা বুদ্ধিৰ যোগ। ক্রীড়া, সাহিত্য, সংস্কৃতিত জড়িত লোকৰ শুভ কাৰক হ’ব। ৰাজনীতিক, সমাজকৰ্মীৰ উৎসাহ বৃদ্ধি পাব। ব্যৱসায়- বাণিজ্য আৰু কৰ্মত উন্নতি হ’ব। সংখ্যাতত্ত্বৰ মতে অতি শুভ কাৰক।

মিথুন: মিথুন ৰাশিৰ আজি শাৰীৰিক-মানসিক শুভ কাৰক। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰ্কিত শুভ কাৰক। বিদ্যাৰ্থীৰ উৎসাহ বৃদ্ধিৰ উপৰি সফলতা লাভৰ যোগ। শিল্পী, সাহিত্যিক, খেলুৱৈৰ নতুনকৈ উন্নত যোগাযোগ হ’ব পাৰে। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতিৰ যোগ। কৰ্মচাৰীৰ শুভ। ব্যৱসায়ীৰ কিছু লাভৰ যোগ। সংখ্যাতত্ত্বৰ মতে মিশ্ৰিত কাৰক।

কর্কট: কৰ্কট ৰাশিৰ আজি শাৰীৰিক সুস্থতা থাকিব। মানসিক, প্রেম আৰু পাৰিবাৰ্কিত অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত শুভ। শিল্পী, খেলুৱৈ, সাহিত্যিকৰ উন্নতিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ মানসিক অশান্তি হ’ব। ব্যৱসায়- বাণিজ্য আৰু কৰ্মক্ষেত্ৰত শুভ কাৰক। সংখ্যাতত্ত্বৰ মতে শান্তি কাৰক।

সিংহ: সিংহ ৰাশিৰ আজি শাৰীৰিক সুস্থতা থাকিব যদিও মনৰ অশান্তি যোগ। প্ৰেম-প্ৰীতি আৰু সাংসাৰ্কিত শুভ কাৰক। শিক্ষাৰ্থীৰ মনৰ উৎকণ্ঠা বাঢ়িব পাৰে। সাহিত্যিক, শিল্পীৰ সফলতা লাভৰ যোগ। সমাজসেৱা, ৰাজনীতি আৰু সংবাদসেৱাত যুক্তসকলৰ কৰ্মত অস্থিৰতা থাকিব। কর্ম, বাণিজ্যত আর্থিক লাভৰ যোগ। সংখ্যাতত্ত্বৰ মতে শুভাশুভ মিশ্রিত।

কন্যাঃ কন্যা ৰাশিৰ আজি শাৰীৰিক অসুস্থতাৰ যোগ। মানসিক, পাৰিবাৰিক আৰু প্রেম-প্রীতিত সামান্য অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত সমস্যা বাঢ়িব পাৰে। শিল্পী, সাহিত্যিক আৰু সংবাদকর্মীয়ে কিছু সফলতা পাব। ৰাজনীতিকৰ চিন্তা বৃদ্ধিৰ যোগ। বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভৱান হ’ব। সংখ্যাতত্ত্বৰ মতে অশুভ কাৰক।

তুলা : তুলা ৰাশিৰ আজি শৰীৰৰ সুস্থতাৰ যোগ। মানসিক, প্রেম-প্রীতি, ঘৰুৱা দিশতো শুভাশুভ মিশ্ৰিত কাৰক। শিক্ষাৰ্থীৰ মনৰ অসন্তুষ্টি বাঢ়িব পাৰে। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ উন্নতিমূলক। ৰাজনীতিক, সমাজসেৱীৰ লাভৰ যোগ। কৰ্ম, বাণিজ্যত আর্থিকত উন্নতি কাৰক। সংখ্যাতত্ত্বৰ মতে অতি শুভ কাৰক।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজি শৰীৰৰ সুস্থতাৰ যোগ। মনৰ চঞ্চলতা থাকিব। প্ৰেম-প্ৰীতি আৰু সাংসাৰ্কিত মধ্যমীয়া হ’ব। সাহিত্যিক, খেলুৱৈ, শিল্পী নতুন উন্নতিমূলক কৰ্মৰ প্ৰতি আকৃষ্ট হ’ব। বিদ্যাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ ক্ষতি কাৰক। কৰ্ম, বাণিজ্যত লাভৰ যোগ। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

ধনুঃ ধনু ৰাশিৰ আজি শৰীৰ সুস্থ থাকিব। মানসিক ক্ষেত্ৰত অলপ অশান্তি হ’ব। প্রেম, পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উৎসাহ বৃদ্ধি পাব। সাহিত্যিক, শিল্পীৰ কিছু উন্নতি কাৰক। ৰাজনীতিক, সমাজকৰ্মীৰ মানসিক চিন্তা হ’ব। কৰ্মচাৰীৰ অশান্তি। বাণিজ্যত উন্নতিৰ যোগ। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

মকৰঃ মকৰ ৰাশিৰ আজি শৰীৰত আঘাত বা অসুস্থতাৰ যোগ। মানসিক অশান্তিও থাকিব। প্রেম-পাৰিবাৰ্কিত মধ্যমীয়া। বিদ্যাৰ্থীৰ একাগ্রতা বৃদ্ধিৰ যোগ। সাহিত্যিক, খেলুৱৈ, শিল্পীৰ পেছাদাৰী দিশত উন্নতিৰ যোগ। ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত লাভৱান হ’ব। সংখ্যাতত্ত্বৰ মতে শুভাশুভ মিশ্রিত হ’ব।

কুম্ভ: কুম্ভ ৰাশিৰ আজি শাৰীৰিক সুস্থতাৰ যোগ। মনৰ হতাশা আৰু অশান্তি বৃদ্ধি পাব পাৰে। প্ৰেম-প্ৰীতি আৰু পৰিয়ালৰ শান্তি কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ প্ৰতি অনীহা বৃদ্ধি পাব। সাহিত্যিক, শিল্পী, খেলুৱৈৰ উন্নতি কাৰক যোগাযোগ চলিব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ লাভৰ যোগ। কৰ্ম, ব্যৱসায়-বাণিজ্যত আর্থিক উন্নতি কাৰক। সংখ্যাতত্ত্বৰ মতে শুভাশুভ মিশ্রিত হ’ব।

মীন: মীন ৰাশিৰ আজি শাৰীৰিক দুৰ্বলতা থাকিব। মানসিক, প্রেম- প্ৰীতি আৰু পাৰিবাৰ্কিত শান্তি লাভ। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত মানসিক অশান্তি বাঢ়িব। সাহিত্যিক, শিল্পী আৰু খেলুৱৈসকলৰ উন্নতি কাৰক হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ মানসিক অশান্তি হ’ব। কৰ্ম, বাণিজ্য আৰু আৰ্থিক দিশত শুভ। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

Share to your Social Account