দৈনিক ৰাশিফল: কিদৰে যাব আজি আপোনাৰ দিনটো

মেষঃ মেষ ৰাশিৰ আজি আবেলিৰ পৰা শৰীৰৰ কিছু অশান্তিৰ যোগ দেখা যায়। মানসিক, প্ৰেম-প্ৰীতি আৰু সাংসাৰ্কিত চিন্তা থাকিব। শিক্ষাৰ্থীৰ উৎকণ্ঠা বৃদ্ধিৰ যোগ। সাহিত্য, সংস্কৃতি, ক্ৰীড়াৰ স’তে জড়িত লোকৰ উন্নতি কাৰক। ৰাজনীতিক, বুদ্ধিজীৱীৰ অশান্তি। বাণিজ্য আৰু কৰ্মক্ষেত্ৰত উন্নতি হ’ব। সংখ্যাতত্ত্বৰ মতে অশুভ কাৰক।

বৃষঃ বৃষ ৰাশিৰ আজি শাৰীৰিক দিশত মধ্যম কাৰক। মানসিক, প্রেম- প্ৰীতি আৰু পাৰিবাৰিক দিশত আবেলিৰ পৰা শান্তি কাৰক হ’ব। শিক্ষাৰ্থীৰ নতুন চিন্তাই অশান্তি দিব। শিল্পী, সাহিত্যিক, খেলুৱৈসকলে সফলতা পাব। ৰাজনীতিক, বুদ্ধিজীৱী আৰু সমাজকৰ্মীৰ সুনাম লাভ। কর্মক্ষেত্ৰ আৰু বাণিজ্যত কিছু উন্নতি হ’ব। সংখ্যাতত্ত্বৰ মতে মধ্যম কাৰক।

মিথুনঃ মিথুন ৰাশিৰ আজি শাৰীৰিক-মানসিক শুভ কাৰক। আবেলিৰ পৰা অশান্তি হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ উন্নতি কাৰক। সাহিত্য, ক্রীড়া, সংস্কৃতিৰে যুক্তসকলৰ কিছু সফলতা লাভ। ৰাজনীতিক, সমাজকৰ্মী আৰু বুদ্ধিজীৱীৰ শুভ। কর্ম, ব্যৱসায়-বাণিজ্যত আর্থিক উন্নতি কাৰক। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

কর্কট: কৰ্কট ৰাশিৰ আজি আবেলিৰ পৰা শৰীৰৰ অশান্তি হ’ব পাৰে ৷ মনৰ অসন্তুষ্টিৰ যোগ। প্ৰেম আৰু পাৰিবাৰ্কিত মধ্যম। শিক্ষাৰ্থীৰ উৎসাহ বাঢ়িব। সাহিত্য, সংস্কৃতি, ক্রীড়াত জড়িতসকলৰ কিছু লাভ হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ অশান্তি থাকিব। বেপাৰ বাণিজ্য আৰু কৰ্মত অশান্তি কাৰক। সংখ্যাতত্ত্বৰ মতে মনোকষ্টৰ যোগ।

সিংহ: সিংহ ৰাশিৰ আজি শৰীৰৰ মধ্যম কাৰক। আবেলিৰ পৰা দৈহিক আৰু মানসিক শুভ কাৰক। প্ৰেম আৰু পাৰিবাৰ্কিত চিন্তা থাকিব। শিক্ষাৰ্থীৰ মনৰ উদ্বিগ্নতা বাঢ়িব। ক্রীড়া, সাহিত্য, সংস্কৃতিত যুক্তসকলৰ কিছু উন্নতি কাৰক হ’ব। সমাজকৰ্মী আৰু ৰাজনীতিকৰ লাভৰ যোগ। বাণিজ্য আৰু কৰ্মক্ষেত্ৰত বাধাৰ যোগ। সংখ্যাতত্ত্বৰ মতে মধ্যমীয়া।

কন্যা: কন্যা ৰাশিৰ আজি দেহৰ অশান্তিৰ মাজতো মনৰ সন্তুষ্টি থাকিব। প্ৰেম-প্ৰীতি আৰু সাংসাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ অধ্যয়নৰ প্রতি ধাউতি বৃদ্ধি পাব। সাহিত্য, ক্রীড়া, সংস্কৃতিৰে যুক্তসকলৰ উন্নতিমূলক। ব্যৱসায়-বাণিজ্য আৰু কৰ্মত কিছু উন্নতি হ’ব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

তুলা: তুলা ৰাশিৰ আজি আবেলিৰ পৰা শাৰীৰিক অসুস্থতাৰ কাৰক হ’ব। মানসিক, প্ৰেম আৰু পাৰিবাৰ্কিত সুখ-শান্তি থাকিব। শিক্ষার্থী উচ্চ বিদ্যাৰ ক্ষেত্ৰত হতাশাগ্রস্ত হ’ব পাৰে। শিল্পী, সাহিত্যিক, ক্রীড়াবিদ, সংবাদকর্মীৰ অশান্তি হ’ব পাৰে। বাণিজ্য আৰু কৰ্মত সামান্য উন্নতি কাৰক। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক হ’ব।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজি আবেলিৰ পৰা শৰীৰৰ বাবে শুভ কাৰক যদিও মনৰ অস্থিৰতা থাকিব। প্ৰেম-প্ৰীতি আৰু সাংসাৰ্কিত শান্তি থাকিব। শিক্ষাৰ্থীৰ অধ্যয়নৰ ক্ষেত্ৰত শুভ। শিল্পী, সাহিত্যিক, খেলুৱৈৰ মানসিক অশান্তি হ’লেও উন্নতিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মত যুক্তসকলৰ পৰিশ্ৰম বাঢ়িব। কর্মক্ষেত্ৰত কিছু শুভ ফল পাব। সংখ্যাতত্ত্বৰ মতে অশান্তি হ’ব।

ধনুঃ ধনু ৰাশিৰ আজি শাৰীৰিক অশুভ কাৰক হ’ব। মানসিক শান্তি বিঘ্নিত হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত অশুভ। শিক্ষাৰ্থীৰ মনৰ উৎসাহ বাঢ়িব। ক্রীড়া, সাহিত্য-সংস্কৃতিৰে যুক্ত লোকৰ শুভ। ৰাজনীতিক, বুদ্ধিজীৱী, সমাজকৰ্মীৰ সফলতাৰ যোগ। কর্ম, বাণিজ্যত আর্থিক উন্নতি হ’ব। সংখ্যাতত্ত্বৰ মতে অশুভ কাৰক।

মকৰ : মকৰ ৰাশিৰ আজি আবেলিৰ পৰা শৰীৰৰ অশান্তি হ’ব পাৰে। মনৰ শান্তি থাকিব। প্রেম-প্রীতিত শুভ যদিও পাৰিবাৰিক চিন্তা বুদ্ধি কাৰক। শিক্ষাৰ্থীৰ অস্থিৰতা বৃদ্ধি পাব। সাহিত্য, ক্রীড়া, সংস্কৃতিত যুক্তসকলৰ অশান্তিৰ যোগ। ৰাজনীতিক, বুদ্ধিজীৱীৰ চিন্তা বাঢ়িব। কৰ্মক্ষেত্ৰ আৰু বাণিজ্যত শুভ। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

কুম্ভ: কুম্ভ ৰাশিৰ আজি শৰীৰৰ সুস্থতাৰ যোগ। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত মধ্যমীয়া। শিক্ষাৰ্থীৰ দুশ্চিন্তা হ’ব পাৰে। সাহিত্য, সংস্কৃতি, ক্ৰীড়াৰ লগত জড়িতসকলৰ উন্নতিৰ যোগ ৰাজনীতিক, বুদ্ধিজীৱী আৰু সমাজকৰ্মীৰ সুনাম বাঢ়িব। কর্মক্ষেত্র আৰু বাণিজ্যত কিছু লাভদায়ক হ’ব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

 মীন: মীন ৰাশিৰ আজি আবেলিৰ পৰা শৰীৰৰ অলপ অশান্তি হ’ব। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিকতো অশুভ। শিক্ষাৰ্থীৰ সফলতাৰ যোগ। সাহিত্য, সংস্কৃতি আৰু ক্ৰীড়াৰে যুক্ত লোকৰ উন্নতি কাৰক হ’ব। ৰাজনীতিক, বুদ্ধিজীৱী আৰু সমাজকৰ্মীৰ সফলতা লাভৰ যোগ। কৰ্মচাৰীৰ শুভ, বাণিজ্যত আর্থিক উন্নতি হ’ব পাৰে। সংখ্যাতত্ত্বৰ মতে অশান্তি কাৰক।

Share to your Social Account