দৈনিক ৰাশিফল; কিদৰে যাব আজি আপোনাৰ দিনটো

মেষ: মেষ ৰাশিৰ আজি শৰীৰৰ শুভ কাৰক হ’ব। মানসিক অশান্তি হ’ব পাৰে। প্ৰেম-প্ৰীতি, সাংসাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ মনৰ সন্তুষ্টি থাকিব। সাহিত্য, সংস্কৃতি, ক্রীড়াত জড়িতসকলৰ উন্নতি কাৰক হ’ব। ৰাজনীতিক, বুদ্ধিজীৱীৰ সফলতাৰ যোগ। বাণিজ্য আৰু কৰ্মক্ষেত্ৰত উন্নতি হ’ব। সংখ্যাতত্ত্বৰ মতে অশান্তি কাৰক দিন।

বৃষ: বৃষ ৰাশিৰ দিনটো শাৰীৰিক বৰ শুভ কাৰক নহ’ব সাধাৰণ ৰোগ নাইবা আঘাত হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু ঘৰুৱা দিশতো অলপ অশান্তি হ’ব পাৰে। বিদ্যাৰ্থীৰ প্ৰগতিত বাধাৰ যোগ। ক্রীড়া, সহিত্য-সংস্কৃতিৰে যুক্ত লোকৰ উন্নতিত সহায়ক হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ অস্থিৰতাৰ যোগ। কৰ্মচাৰীৰ অশান্তি থাকিব। বাণিজ্যত অলপ লাভৱান হ’ব। সংখ্যাতত্ত্বৰ মতে মিশ্ৰিত কাৰক।

মিথুন: মিথুন ৰাশিৰ আজি শৰীৰ সুস্থ থাকিব। মনৰ অশান্তি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক শুভ কাৰক। শিক্ষাৰ্থীৰ অধ্যয়নৰ প্ৰতি ধাউতি বাঢ়িব। সাহিত্য, ক্রীড়া, সংস্কৃতি, সংবাদকৰ্মৰে যুক্তসকলৰ উন্নতি কাৰক হ’ব। ৰাজনীতিক, বুদ্ধিজীৱী আৰু সমাজকৰ্মীৰ সফলতাৰ যোগ। আৰ্থিক নাটনিৰ যোগ। বাণিজ্য আৰু কৰ্মত কিছু উন্নতি কাৰক। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক হ’ব।

কর্কট: কৰ্কট ৰাশিৰ দিনটো শাৰীৰিক সুস্থতাৰ যোগ। মানসিক, প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাত উন্নতিৰো যোগ। সাহিত্য-সংস্কৃতি, ক্রীড়াৰ স’তে জড়িতসকলৰ লাভজনক হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতা লাভ। বাণিজ্য আৰু কৰ্মক্ষেত্ৰত উন্নতি কাৰক। সংখ্যাতত্ত্বৰ মতে ক্ষতি কাৰক।

সিংহ : সিংহ ৰাশিৰ দিনটো শৰীৰৰ সুস্থতাৰ যোগ যদিও মনৰ অশান্তি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু সাংসাৰিক ক্ষেত্ৰত শুভ। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত দুশ্চিন্তা থাকিব। ক্রীড়া-সাহিত্য-সংস্কৃতিৰে যুক্তসকলৰ দিনটো ব্যস্ততা বাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতি কাৰক। কৰ্মক্ষেত্ৰত কষ্টৰ যোগ। ব্যৱসায়ত মধ্যমীয়া। সংখ্যাতত্ত্বৰ মতে অশুভ কাৰক।

কন্যা: কন্যা ৰাশিৰ দিনটো শাৰীৰিক সুস্থতাৰ যোগ। মানসিক, প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষার্থী অধ্যয়নৰ ক্ষেত্ৰত উৎসাহী হ’ব। সাহিত্য, ক্রীড়া, সংস্কৃতিৰে যুক্তসকলৰ কৰ্মত বাধা থাকিব। ৰাজনীতিক, বুদ্ধিজীৱীৰ কষ্ট বাঢ়িব। ব্যৱসায়ী আৰু কৰ্মচাৰীৰ মনৰ দৃঢ়তা থাকিব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক ।

তুলা: তুলা ৰাশিৰ বাবে দিনটো শাৰীৰিক অৱসাদ আৰু মানসিক দুশ্চিন্তা বাঢ়িব। প্ৰেম আৰু পাৰিবাৰিক দিশত অশুভ। শিক্ষাৰ্থীৰ অস্থিৰতা বাঢ়িব। শিল্পী, ক্রীড়াবিদ আৰু সংবাদকর্মীৰ পৰিশ্ৰম বৃদ্ধিৰ যোগ। ৰাজনৈতিক ব্যক্তিৰ অশান্তি হ’ব পাৰে। বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভৱান হ’ব। সংখ্যাতত্ত্বৰ মতে মিশ্ৰিত কাৰক হ’ব।

বৃশ্চিকঃবৃশ্চিক ৰাশিৰ দিনটো শাৰীৰিক সুস্থতা থাকিব। মানসিক, প্ৰেম আৰু পাৰিবাৰিকত অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উন্নতি কাৰক। শিল্পী, সাহিত্যিকৰ নতুন সৃষ্টিমূলক কৰ্মত উন্নতিৰ যোগ। ৰাজনীতিক, বুদ্ধিজীৱীৰ ব্যস্ততা বৃদ্ধি পাব। কর্মক্ষেত্ৰত জড়তা থাকিব যদিও বাণিজ্যত লাভৰ যোগ। সংখ্যাতত্ত্বৰ মতে অশান্তি কাৰক ।

ধনু: ধনু ৰাশিৰ আজিৰ দিনটো শৰীৰৰ সুস্বাস্থ্য অটুট থাকিব। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ চিন্তা-ভাবনা বাঢ়িব। শিল্পী, সাহিত্যিক, খেলুৱৈ আৰু সমাজকৰ্মীৰ সফলতাৰ যোগ। ৰাজনীতিক, বুদ্ধিজীৱীৰ চিন্তা বাঢ়িব। বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কিছু লাভ হ’ব। সংখ্যাতত্ত্বৰ মতে হানি কাৰক হ’ব।

মকৰ: মকৰ ৰাশিৰ দিনটো শাৰীৰিক সুস্থতাৰ কাৰক। মানসিক, প্ৰেম-প্ৰীতিত আৰু পাৰিবাৰিকত শুভ। শিক্ষাৰ্থীৰ মনৰ উৎসাহ বাঢ়িব। সাহিত্য, ক্রীড়া, সংস্কৃতিৰ স’তে যুক্তসকলৰ সফলতা বৃদ্ধি পাব। সমাজকৰ্মী আৰু ৰাজনীতিকৰ কৰ্মত কিছু খেলিমেলি। কর্মক্ষেত্র আৰু বাণিজ্যত আর্থিক লাভ হ’ব। সংখ্যাতত্ত্বৰ মতে মধ্যমীয়া।

কুম্ভ: কুম্ভ ৰাশিৰ দিনটো শাৰীৰিক শুভ কাৰক। মানসিক শাস্তি থাকিব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত মধ্যমীয়া কাৰক। শিক্ষাৰ্থীৰ অধ্যয়নত ব্যস্ততা বাঢ়িব। সাহিত্য, সংস্কৃতি, ক্ৰীড়াৰ লগত জড়িতসকলৰ উন্নতি কাৰক। ৰাজনীতিক আৰু সমাজকৰ্মীৰ মানসিক অশান্তি হ’ব। কর্মক্ষেত্ৰ আৰু বাণিজ্যিক দিশত কিছু লাভৰ যোগ। সংখ্যাতত্ত্বৰ মতে মিশ্ৰিত কাৰক। মীন: মীন ৰাশিৰ দিনটো শৰীৰৰ অলপ অশান্তি থাকিব। মানসিক, প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত মধ্যম। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত বাধা হ’ব পাৰে। সাহিত্য, সংস্কৃতি, ক্রীড়াৰে যুক্ত লোকৰ উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীয়ে অশান্তি পাব। বাণিজ্য আৰু কৰ্মক্ষেত্ৰত আৰ্থিকত লাভৰ যোগ। সংখ্যাতত্ত্বৰ মতে ক্ষতি কাৰক দিন।

Share to your Social Account