Asish Vidyarthi marriage

সমালোচনা কৰা সকলক এই কথা ক’লে আশীষ বিদ্যাৰ্থীয়ে…

এণ্টাৰটেইনমেণ্ট ডেস্ক, ৮জুনঃ প্ৰবীণ অভিনেতা আশীষ বিদ্যাৰ্থীয়ে কেইসপ্তাহমান আগতে কলকাতাত অসম কন্যা ৰূপালী বৰুৱাক বিয়া কৰাইছিল। তেওঁ প্ৰথমে অভিনেত্ৰী পিলু...