দিছপুৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত লিডু-মাৰ্ঘেৰিটাৰত প্ৰতিদিনে প্ৰায় ৭০০ কয়লা ট্ৰাকৰ পৰা প্ৰতিখনৰ বাবদ ১-১.৫ লাখ সংগ্ৰহ কৰে ছিণ্ডিকেট চক্ৰই
নিউজ ডেক্স, ২৩ নৱেম্বৰ: জনসেৱাৰ নামত জনতাৰ ওপৰত পুনৰ আন কিছুমান কৰ জাপি দিয়া ৰাজ্য চৰকাৰৰ শেহতীয়া সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ...