Assam Jatiya Parishad

গুৱাহাটীৰ পানী যোগান প্ৰকল্প নিৰ্মাণৰ ন্যায়িক আৰু কাৰিকৰী তদন্তৰ দাবী জাতীয় পৰিষদৰ

গুৱাহাটী, ১২ জুন: পানী যোগানৰ পাইপ ফাটি গুৱাহাটীত আজি পুনৰ জলপ্ৰলয়ৰ সৃষ্টি হোৱা ঘটনাত গভীৰ উদ্বিগ্নতা ব্যক্ত কৰিছে অসম জাতীয়...