Home / Assamese Horoscope

Browsing Tag: Assamese Horoscope

মেষ : মেষ ৰাশিৰ আজি শৰীৰৰ সুস্থতা থাকিব। মনৰ দুশ্চিন্তাও আঁতৰিব। প্ৰেম-প্ৰীতি আৰু সাংসাৰ্কিত শুভ কাৰক হ’ব। শিক্ষাৰ্থীৰ অধ্যয়নৰ ক্ষেত্ৰত চিন্তা বাঢ়িব। সাহিত্য, সংস্কৃতি, ক্রীড়াত জড়িতসকলৰ ব্যস...

মেষ ৰাশি  পৰিবাৰৰ কিছুমান সদস্য নিজৰ হিংসুক প্ৰবৃতিৰ বাবে আপোনাক অসুবিধা দিব পাৰে।কিন্তু আপুনি নিজকে নিয়ন্ত্ৰণ কৰি ৰখা শিকক,নহ’লে অৱস্থা তথৈবচ হব পাৰে।মনত ৰাখিব যে যাক ভাল কৰিব নোৱাৰি ,সেই...

মেষ ৰাশি স্বাস্থ্য ভালে থাকিব। ঘৰত হবলগীয়া কোনো অনুষ্ঠানৰ বাবে আপোনাৰ বহুত খৰচ হব পাৰে যাৰ ফলত আৰ্থিক স্থিতি অলপ দূৰ্বল হব পাৰে। পৰিয়ালৰ লগত সামাজিক গতিবিধিয়ে আপোনাকে ধৰি সকলোকে সুখী কৰিব। কোনোবা ত...

মেষ ৰাশি ব্যস্ত দিনযোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। এটা...

মেষ ৰাশি আজি আপুনি সাধাৰণতে হোৱাতকৈ অলপ কম উৰ্জা অনুভৱ কৰিব , নিজক প্ৰয়োজনতকৈ অধিক কামৰ বোজা নিদিব ,অলপ বিশ্ৰাম কৰক আৰু কামখিনি অন্য এদিন লৈ কৰক। বেপৰোৱা ভাৱে জীয়াই থকাৰ আপোনাৰ এই প্ৰবৃতিৰ ওপৰত নিয়...

মেষ : মেষ ৰাশিৰ শৰীৰৰ শান্তি কাৰক। পৰিয়ালক সুখ-শান্তি আৰু প্রেম প্রীতিতো শুভ কাৰক হ’ব। শিক্ষার্থীয়ে অধ্যয়নকেন্দ্রিক অশাস্তি ভোগ কৰিব পাৰে। শিল্পী, সাহিত্যিক, ক্রীড়াবিদৰ মনৰ উৎসাহ বৃদ্ধি আৰু ...