Coversion

গেমিং এপেৰে ধৰ্মান্তৰকৰণ; মহাৰাষ্ট্ৰত গ্ৰেপ্তাৰ মাষ্টাৰমাইণ্ড মৌলানা

নেশ্যনেল ডেস্ক, ১১ জুনঃ গাজিয়াবাদত গেমিং এপৰ দ্বাৰা ধৰ্মান্তৰ গোচৰৰ মুখ্য অভিযুক্ত বাডো ওৰফে শ্বাহনাৱাজক মহাৰাষ্ট্ৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে...