Covid vaccine

ভয়ংকৰ! অনলাইনত লিক হ’ল ক’ভিড টিকা লোৱা ৰাজনীতিক-সাংবাদিকৰ লগতে সকলো ভাৰতীয়ৰ তথ্য

নেশ্যনেল ডেস্ক, ১২ জুনঃ এক উদ্বেগজনক ঘটনা । শীৰ্ষ ৰাজনীতিবিদ আৰু সাংবাদিকসহ "সকলো ভাৰতীয়"ৰ ব্যক্তিগত বিৱৰণ লিক হৈছে অনলাইনত ।...