DSP Hiranya Kumar Bora

তেলচুৰি চক্ৰৰে মিতিৰালি তিনিচুকীয়া DSP ৰ; ২ লাখ টকা লোৱা হিৰণ্য বৰাক মুখ্য কাৰ্যালয়লৈ ক্ল’জ

নিউজ ডেস্ক, ১০ জুনঃ তিনিচুকীয়াৰ খাৰুৱা তেলৰ চোৰাং বেহাৰ বিৰুদ্ধে চলোৱা আৰক্ষীৰ অভিযানত স্বয়ং আৰক্ষীৰ বিষয়া জালত পৰিল। ৰক্ষকেই ভক্ষকৰ...