Jagdish Bhuyan

হঠাৎ ওলোটা খৰ মাৰি অদৃশ্যৰ হাততে দায় ঠেলা হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে জাতীয় পৰিষদে

গুৱাহাটী, ১৪ জুন: "নিজৰ দক্ষতাৰ ওপৰত অগাধ বিশ্বাস থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই হঠাতে ৰাইজৰ ভাগ্য অদৃশ্যৰ হাতলৈ ঠেলি...