kakopather

ভয়াৱহ খহনীয়াৰ কৱলত ডিৰাকৰ ন-দিহিংপৰীয়া অঞ্চল; ডুমডুমাত উত্তাল প্ৰতিবাদ

নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ: তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সমীপৰ ডিৰাক অঞ্চলৰ অন্তৰ্গত ন-দিহিংপৰীয়াৰ ৰাইজক সম্প্ৰতি বিধ্বংসী গৰাখহনীয়াই চিন্তিত কৰি তুলিছে ৷...