Mocha cyclone in Myanmar

ম্যানমাৰত ঘূৰ্ণী মোচাৰ তাণ্ডৱ; দুৰ্গতক সাহায্য প্ৰদানত বাধা সামৰিক জুণ্টাৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ১০ জুনঃম্যানমাৰৰ শাসনাধিষ্ঠ সামৰিক চৰকাৰে যোৱা মাহত ঘূৰ্ণীবতাহৰ দ্বাৰা ক্ষতিগ্ৰস্ত সম্প্ৰদায়সমূহলৈ আন্তঃৰাষ্ট্ৰীয় সাহায্য সংগঠনসমূহৰ বাবে অনুমোদন স্থগিত ৰাখিছে,...