আজি ঘোষণা হ’ব ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ নাম; সংসদত তিনিখন ফৌজদাৰী আইন বিধেয়ক উপস্থাপন কৰিব গৃহমন্ত্ৰী শ্বাহে-চাওক দিনটোৰ পাঁচটা গুৰুত্বপূৰ্ণ খবৰ
নেশ্যনেল ডেস্ক, ১২ ডিচেম্বৰঃ ১. আজি ৰাজস্থানত বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ’ব । ইয়াৰ বাবে ইতিমধ্যেই সাজু...