ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে মল্লযোদ্ধাসকলে উত্থাপন কৰা যৌন নিৰ্যাতনৰ গোচৰৰ তদন্ত তীব্ৰতৰ হৈছে । ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ নিৰ্দেশত দিল্লী আৰক্ষীয়ে তদন্ত তীব্ৰতৰ কৰি তুলিছে । ...
মল্লযোদ্ধাগৰাকীৰ পিতৃয়ে কয় যে ব্ৰীজ ভূষণৰ বিৰুদ্ধে ক্ষোভিত হৈহে তেওঁৰ কন্যাই অভিযোগ উত্থাপন কৰিছিল । কাৰণ তেওঁৰ কন্যা মহিলা এছিয়ান চেম্পিয়নশ্বিপৰ বাবে যোৱা বছৰৰ পৰীক্ষণৰ ফাইনেলত পৰাজিত হৈছিল।...
কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ সৈতে ঘণ্টাজোৰা বৈঠকত অংশ গ্ৰহণ কৰাৰ পিচত প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলে কয় যে চৰকাৰে তেওঁলোকক ১৫ জুনৰ ভিতৰত তদন্ত কৰি প্ৰতিবেদন দিয়াৰ আশ্বাস দিছে।...



