নিউজ ডেস্ক, ১৪ জুনঃ ৰাজ্যৰ ১১গৰাকী ACS বিষয়াক IAS হিচাপে পদোন্নতি দিয়া হৈছে ৷ IAS হিচাপে পদোন্নতি লাভ কৰিছে মণিতা বৰগোহাঁই, গীতাঞ্জলী ভট্টাচাৰ্য, মহম্মদ শ্বাহ নাৱাজ চৌধুৰী, ফজলুল হক চৌধুৰী, কাব্যশ্ৰী মহন্ত, মানৱিকা চৌধুৰী, ইন্দ্ৰেশ্বৰ কলিতা, কাউছাৰ জামিল হিলালী, দেৱ কুমাৰ কলিতা, অৰুন্ধতী চক্ৰৱৰ্তী, স্মিতাক্ষী বৰুৱাক ৷ মঙলবাৰে এক জাননীযোগে সদৰী কৰা হৈছে এই তথ্য ৷
অসমৰ ১১ ACS বিষয়াক IAS হিচাপে পদোন্নতি
June 14, 2023
Previous ArticleNext Article


