Home / Cultural / ২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা

২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা

নিউজ ডেস্কঃ ২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যা ধামত আৰম্ভ হ’ব অম্বুবাচী মেলা । এইবাৰ অম্বুবাচীৰ প্ৰবৃত্তি ২২ জুনৰ নিশা ২.৩০ বাজি ৪২ ছেকেণ্ডত। অম্বুবাচীৰ নিবৃত্তি হ’ব ২৬জুনত। ২৬ জুনৰ পুৱা পূজাৰ পাছত খোলা হ’ব মন্দিৰৰ দুৱাৰ। এইবাৰ কেৱল পাণ্ডুত থাকিব ভক্তৰ বাবে দুটাকৈ শিবিৰ । নাৰ্ছাৰীৰ পৰা কামাখ্যালৈ যোৱা পথত থাকিব খোৱাপানীৰ ব্যৱস্থা। ভক্তৰ সুবিধার্থে সমগ্র পথটোত পাৰি দিয়া হ’ব কার্পেট । নিশা ৯ বজাৰ পাছত কামাখ্যাত ভক্তৰ প্ৰৱেশত বাধা ।

Share to your Social Account
Tagged: