উল্লেখ্য যে আলফাই এনআৰচি (NRC), ভূমিৰ অধিকাৰ, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ, অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা আদি বিষয়ত দাবী উত্থাপন কৰিছিল ৷ ...

নিৰ্দেশনাত ম্যানমাৰৰ নাগৰিকসকলক স্পষ্টভাৱে "ভাৰতৰ ৰাজনৈতিক আৰু প্ৰশাসনিক বিষয়ত অপ্ৰয়োজনীয় জড়িত হোৱা"ৰ পৰা বিৰত থাকিবলৈ সতৰ্কবাণী জাৰি কৰা হৈছে ৷ ...

ঠাকৰেয়ে লগতে কয় যে মণিপুৰত লিবিয়াসদৃশ পৰিস্থিতি আছে ৷ বিজেপিয়ে কয় যে এইখন দ্বৈত ইঞ্জিনৰ চৰকাৰ ৷ অমিত শ্বাহ এটা ইঞ্জিনলৈ মণিপুৰলৈ গৈছিল । একে সময়তে, প্ৰধানমন্ত্ৰী মোডী মণিপুৰলৈ কিয় যোৱা নাই ? ...

অৱশেষত মুকলি আকাশৰ তললৈ আহিল শৃংখল চলিহা। ৪৫ দিনৰ‌ অন্তত মুক্তি লাভ কৰিলে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ হৈ কাৰাবন্দী হোৱা বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে । ...

২০২২ চনৰ ডিচেম্বৰ মাহত বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছিল বাতৰিটো। কিন্তু এটা পুৰণি খবৰকে এখন দৈনিক অসমীয়া বাতৰি কাকতে সম্পূৰ্ণ ভুল আৰু বিকৃত ভাৱে প্ৰকাশ কৰাটোৱে কি সূচায় !...

1...3031323334...53