মণিপুৰত জাতিগত হিংসাৰ মাজতে বৃহস্পতিবাৰে নিশা ইম্ফলৰ কংবাত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী আৰ কে ৰঞ্জন সিঙৰ বাসগৃহত একাংশ উত্তেজিত লোকৰ অগ্নি সংযোগ।...
পশ্চিম ইম্ফল জিলাৰ লাম্ফেল অঞ্চলৰ উদ্যোগ মন্ত্ৰী নেমচা কিপগেনৰ বাংলোটো বুধবাৰে অগ্নি সংযোগৰ ঘটনা সংঘটিত হয় ।তথ্য অনুসৰি ঘটনাৰ সময়ত মন্ত্ৰীগৰাকী বাসগৃহত উপস্থিত নাছিল। ...
এইবাৰ এছিয়ান গেমছত অংশগ্ৰহণ কৰিব নোৱাৰিব হিমা দাসে । হেমষ্ট্রিঙৰ আঘাত বাবে খেলত অংশ ল'ব নোৱাৰিব হিমাই। ...
কামৰূপ মহানগৰৰ জিলা চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষকসকলে পৰীক্ষা তথা পাঠদান বন্ধ কৰি অম্বুবাচীৰ কামত জড়িত হব লাগিব। ...
জোলোঙাৰ মেকুৰী ওলাই যোৱাৰ ভয়ত পাইপ পোতা পুৰণি বিষয়া-অভিযন্তাক জৱাবদিহী কৰাৰ বিৰোধিতা কৰিছে মুখ্যমন্ত্ৰীয়ে...
SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ তদন্তৰ দায়িত্ব ল'লে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ CBI য়ে । এতিয়াৰে পৰা CBIয়ে কৰিব সমগ্ৰ ঘটনাৰ তদন্ত। ...
