জকোভিচে এই খিতাপৰ সৈতে সৰ্বাধিক গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰাৰ ক্ষেত্ৰত স্পেইনৰ টেনিছ তাৰকা ৰাফেল নাদালক অতিক্ৰম কৰিছে। ...
স্পৰ্ট ডেস্ক, ১০ জুনঃ উৰুগুৱেই ইজৰাইলক ১-০ গ’লত পৰাস্ত কৰি অনুৰ্ধ-২০ বিশ্বকাপৰ ফাইনেলত উপনীত হয়। ইটালী ফাইনেলৰ আনজন ফাইনেলিষ্ট। তেওঁলোকে দক্ষিণ কোৰিয়াক ২-১ গ’লত পৰাস্ত কৰি ফাইনেললৈ টিকট ...
ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে মল্লযোদ্ধাসকলে উত্থাপন কৰা যৌন নিৰ্যাতনৰ গোচৰৰ তদন্ত তীব্ৰতৰ হৈছে । ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ নিৰ্দেশত দিল্লী আৰক্ষীয়ে তদন্ত তীব্ৰতৰ কৰি তুলিছে । ...
মল্লযোদ্ধাগৰাকীৰ পিতৃয়ে কয় যে ব্ৰীজ ভূষণৰ বিৰুদ্ধে ক্ষোভিত হৈহে তেওঁৰ কন্যাই অভিযোগ উত্থাপন কৰিছিল । কাৰণ তেওঁৰ কন্যা মহিলা এছিয়ান চেম্পিয়নশ্বিপৰ বাবে যোৱা বছৰৰ পৰীক্ষণৰ ফাইনেলত পৰাজিত হৈছিল।...
কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ সৈতে ঘণ্টাজোৰা বৈঠকত অংশ গ্ৰহণ কৰাৰ পিচত প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলে কয় যে চৰকাৰে তেওঁলোকক ১৫ জুনৰ ভিতৰত তদন্ত কৰি প্ৰতিবেদন দিয়াৰ আশ্বাস দিছে।...
ইয়াৰ পূৰ্বে মিডিয়া গ’ল ডট কমৰ বাতৰি অনুসৰি লিয়নেল মেছিয়ে ছৌদি আৰৱৰ ক্লাব আল হিলালক এবছৰ অপেক্ষা কৰিবলৈ কয়। আৰ্জেণ্টিনাৰ বিশ্বকাপ বিজয়ী অধিনায়কগৰাকীয়ে আল হিলালৰ আকাশলংঘী প্ৰস্তাৱৰ বাবে অপেক্ষা ...



