Home / Regional / Assam / Shikha Sarma detained: বিতৰ্কিত শিখা শৰ্মাক আটক

Shikha Sarma detained: বিতৰ্কিত শিখা শৰ্মাক আটক

নিউজ ডেস্ক, ১৬ জুনঃ বিতৰ্কিত লেখিকা শিখা শৰ্মাক আটক। নিশা দিছপুৰ আৰক্ষীয়ে বাসগৃহৰ পৰা আটক কৰে শিখা শৰ্মাক। উল্লেখ্য যে নিহত গোৱালপাৰাৰ বিজেপি নেত্ৰী জোনালী নাথক লৈ ফেচবুকত দিছিল বিতৰ্কিত পোষ্ট। ইয়াৰ পাছতেই শিখা শৰ্মাৰ বিৰুদ্ধে ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া। সৰ্বত্ৰে উঠিছিল শিখা শৰ্মাক গ্ৰেপ্তাৰৰ দাবী ।

Share to your Social Account
Tagged: