![](https://hubnetwork.in/wp-content/uploads/2023/05/WhatsApp-Image-2023-05-19-at-23.38.01.jpeg)
নিউজ ডেস্ক, ১১ জুনঃ কিমান আগবাঢ়িছে জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত । শেহতীয়াকৈ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে DGP জিপি সিঙে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে কাইলৈ দিল্লীলৈ যাব ডিজিপি সিং । দিল্লীত চি বি আইৰ মুখ্য কাৰ্যালয়লৈ গৈ এই সন্দৰ্ভত আলোচনা কৰিব জিপি সিঙে। মাত্ৰ কিছুদিনৰ পাছতেই এই গোচৰ CBI লৈ হস্তান্তৰ হ’ব বুলি উল্লেখ GP সিঙৰ । উল্লেখ্য যে ১৫ মে’ত পথ দুৰ্ঘটনাত পতিত হৈ ৰহস্যজনকভাৱে মৃত্যু হৈছিল সাহসী SI জোনমণি ৰাভাৰ।