Home / Assam police

Browsing Tag: Assam police

নিউজ ডেস্ক, ৩ জানুৱাৰীঃ পুনৰ আলফা স্বাধীনত যোগদান ৰাজ্যৰ এগৰাকী যুৱকৰ । সংগঠনটোত যোগদান কৰা যুৱকজন গুৱাহাটী IITৰ কৰ্মচাৰী গৌতম গগৈ বুলি জানিব পৰা গৈছে । উল্লেখ্য যে বুধবাৰে সংগঠনটোত যোগদান কৰে যুৱকজনে...

নিউজ ডেক্স, ২৪ ডিচেম্বৰঃ  অসম আৰক্ষীয়ে মাত্ৰ দুটা দিনত ৫ জনকৈ যুৱকক কেৱল আলফা(স্বাঃ) ৰ সন্দেহ এনকাউন্টাৰ কৰা ঘটনাক তীব্ৰ বিৰোধিতা কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আই অসম ৰাজ্যিক ক...

নিউজ ডেস্ক, ২৪ ডিচেম্বৰঃ শদিয়া আৰক্ষীয়ে তিনিগৰাকী যুৱকক গুলীবিদ্ধা কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা স্বাধীনে । এক বিবৃতিযোগে সংগঠনটোৱে কয়, “অসম আৰক্ষীয়ে আজি যিকেইগৰাকী যুৱকক ভুৱা সংঘৰ্ষ...

তিনিচুকীয়া, ২৪ ডিচেম্বৰঃ আলফা স্বাধীনৰ সন্দেহত তিনি যুৱকৰ ওপৰত গুলীচালনা আৰক্ষীৰ । শদিয়াত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । আলফা স্বাধীনত যোগদান কৰিবলৈ যোৱাৰ সন্দেহত শদিয়াৰ তিনি যুৱকৰ ওপৰত ...

নিউজ ডেস্ক, ১১ ডিচেম্বৰঃ তিনিচুকীয়া বাহৰ পাতিছে অসম আৰক্ষীৰ বিশেষ শাখাৰ ADGP হিৰেণ নাথ আৰু আইন শৃংখলা শাখাৰ DIG বিবেক ৰাজ সিঙে৷ তিনিচুকীয়া আৰক্ষীৰে উজনি অসমৰ নিৰাপত্তা, আইনশৃংখলাৰ লগতে কেইবাটাও গুৰু...