এমাহ পূর্বে প্রতি কিলোগ্রামত ৪০ টকা দামআছিল আইজং চাউলৰ। এতিয়া এই দাম হৈছেগৈ ঠাইভেদে ৪২-৪৫ টকা প্রতি কিলোগ্রামত। ...
বিদ্যুৎ মাচুল বৃদ্ধিক লৈ এইবাৰ সামাজিক মাধ্যমত যুদ্ধত নামিছে গায়ক জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু APDCL । ...
বিদ্যুতৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰীকাই । হাজৰিকাই কয়,"চৰকাৰী কৰ্মচাৰীৰ দৰমহা যিহেতু প্ৰতিমাহে ২০০-৩০০ কৈ বাঢ়ে গতিকে বিদ্যুতৰ বিল বাঢ়িব ।"...
ৰাইজক গছৰ তলত আশ্ৰয় লৈ আদিম যোগলৈ ঘূৰি যাবলৈ উপদেশ দিয়া বিশ্বজিৎ দৈমাৰীৰ ঘৰত আছে ২২ টা AC । এখন দৈনিক অসমীয়া বাতৰি কাকতত এই খবৰ প্ৰকাশ পোৱাৰ পাছতে এতিয়া সকলোৱে চৰ্চা কৰিছে তেওঁৰ ঘৰত থকা শীত তাপ ন...
ৰাজনৈতিক মহলতো তেওঁৰ মন্তব্যক লৈ চৰ্চা চলি থকাৰ মাজতে এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গায়ক জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে...




