ঠাকৰেয়ে লগতে কয় যে মণিপুৰত লিবিয়াসদৃশ পৰিস্থিতি আছে ৷ বিজেপিয়ে কয় যে এইখন দ্বৈত ইঞ্জিনৰ চৰকাৰ ৷ অমিত শ্বাহ এটা ইঞ্জিনলৈ মণিপুৰলৈ গৈছিল । একে সময়তে, প্ৰধানমন্ত্ৰী মোডী মণিপুৰলৈ কিয় যোৱা নাই ? ...
২০২২ চনৰ ডিচেম্বৰ মাহত বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছিল বাতৰিটো। কিন্তু এটা পুৰণি খবৰকে এখন দৈনিক অসমীয়া বাতৰি কাকতে সম্পূৰ্ণ ভুল আৰু বিকৃত ভাৱে প্ৰকাশ কৰাটোৱে কি সূচায় !...
কুকি বিদ্ৰোহী সংগঠনৰ সৈতে সম্পৰ্ক নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ শুকুৰবাৰে ডিফুত সাংবাদিকৰ আগত শেহতীয়াকৈ উত্থাপন হোৱা অভিযোগ নসাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷...
মণিপুৰত জাতিগত হিংসাৰ মাজতে বৃহস্পতিবাৰে নিশা ইম্ফলৰ কংবাত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী আৰ কে ৰঞ্জন সিঙৰ বাসগৃহত একাংশ উত্তেজিত লোকৰ অগ্নি সংযোগ।...
পশ্চিম ইম্ফল জিলাৰ লাম্ফেল অঞ্চলৰ উদ্যোগ মন্ত্ৰী নেমচা কিপগেনৰ বাংলোটো বুধবাৰে অগ্নি সংযোগৰ ঘটনা সংঘটিত হয় ।তথ্য অনুসৰি ঘটনাৰ সময়ত মন্ত্ৰীগৰাকী বাসগৃহত উপস্থিত নাছিল। ...
এইবাৰ মণিপুৰৰ এটা গীৰ্জাত দুৰ্বৃত্তৰ গুলীচালনা ৷ মণিপুৰত দুৰ্বৃত্তৰ গুলীত নিহত মহিলাসহ নিহত ৯ গৰাকী লোক ৷ ...

