প্ৰাথমিক অনুসন্ধানৰ ভিত্তিত, চিআৰপিএফে উক্ত ঘটনাত এজন এছআই (SI) আৰু আৰএএফৰ (RAF) এজন কনিষ্টবলচিনাক্ত কৰিছে ৷ ...
সোমবাৰে কাংপোকপি জিলাৰ চাইকুল উপ-সংমণ্ডলৰ খামেনলোক গাঁৱত কুকি উগ্ৰপন্থীৰ সৈতে গুলীবিনিময়ৰ সময়ত অতি কমেও নজন গাওঁ প্ৰতিৰক্ষা স্বেচ্ছাসেৱক গুলীবিদ্ধ হয় ।...
নৰ্থ ইষ্ট ডেমক্ৰেটিক এলায়েন্সৰ (নNEDA) আহ্বায়ক শৰ্মাক গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰ ভ্ৰমণ কৰিবলৈ আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় পদক্ষেপৰ পৰামৰ্শ দিবলৈ দায়িত্ব দিছে।...
সৰ্বানন্দ সোণোৱালক অসমৰ ৰাজনীতিৰ পৰা আঁতৰাই মুখ্যমন্ত্ৰী হোৱাৰ পিছত, হিমন্ত বিশ্বই সমগ্ৰ উত্তৰ-পূবৰ ওপৰত তেওঁৰ প্ৰকৃত ৰং আৰু অসমীয়া আধিপত্য প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিছে।...
নিউজ ডেস্ক, ১২ জুনঃ মণিপুৰৰ জনগোষ্ঠীয় হিংসাৰ বাবে ৫০,৬৫০ জন লোক স্থানচ্যুত হৈছে। ৰাজ্যৰ ৩৫০টা শিবিৰত আশ্ৰয় দিয়া হৈছে। মণিপুৰৰ তথ্য, জনসংযোগ আৰু স্বাস্থ্য মন্ত্ৰী সপম ৰঞ্জন সিঙে দেওবাৰে সাংবাদিকৰ আগ...
ইণ্টাৰনেটৰ ওপৰত নিষেধাজ্ঞা ১৫ জুনৰ আবেলি ৩ বজালৈ বৃদ্ধি কৰা হৈছে।ইফালে, মণিপুৰৰ তথ্য আৰু জনসম্পৰ্ক মন্ত্ৰী ড০ সপম ৰঞ্জনে শনিবাৰে কয় যে যোৱা ২৪ ঘণ্টাত ৰাজ্যখনৰ কোনো প্ৰান্তৰ পৰা কোনো অপ্ৰীতিকৰ ঘটনাৰ খ...
