নিৰ্দেশনাত ম্যানমাৰৰ নাগৰিকসকলক স্পষ্টভাৱে "ভাৰতৰ ৰাজনৈতিক আৰু প্ৰশাসনিক বিষয়ত অপ্ৰয়োজনীয় জড়িত হোৱা"ৰ পৰা বিৰত থাকিবলৈ সতৰ্কবাণী জাৰি কৰা হৈছে ৷ ...
তেওঁ লগতে কয় যে যিসকল লোকে ৰহিংগীয়াসকলৰ বিৰুদ্ধে "জেনোচাইডেল" আক্ৰমণ চলাইছিল তেওঁলোক এতিয়া শাসনত আছে ৷ এই আক্ৰমণৰ ফলত কেইবা হাজাৰ লোক দেশৰ পৰা পলায়ন কৰিছিল ৷ ...

